UBHOTI SUWA (উভতি চোৱা)- এটি অসমীয়া ভাষাৰ গান। উভতি চোৱা গানটো কণ্ঠ নিগৰাইছে অসম তথা ভাৰতৰ প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গে। উভতি চোৱা গানটো জুবিন গাৰ্গৰ নিজস্থ এলবাম চিলা ৰ এটি গান। জুবিন গাৰ্গ এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ উপৰিও সুদক্ষ এজন চলচ্চিত্ৰ নিৰ্মাতা।
Ubhoti suwa Song by Zubeen Garg, Album - SILAA. উভটি চোৱা (Ubhoti Suwa) is an amazing Assamese Romantic song. This song is sung by Zubeen Garg. Ubhoti sowa song Music by Nilotpal bora & mix and mastered by Digantata bordoloi. Ubhoti Suwa song Lyrics are written by Rahul Gautam Sharma. Music Label - Dhwani Records .
UBHOTI SUWA (উভতি চোৱা) ASSAMESE SONG LYRICS
উভতি চোৱা..ধূলিয়ৰি বাটে
ধূলি হৈ হৈ উৰিব জীৱনী
উজুটি খোৱা..উচুপনিবোৰে
ছবি হৈ হৈ ক'বহি কাহিনী
সময়ৰে সুঁতি সোঁততে সুহুৰি
সুৰুঙাৰে সৰকি সুঁৱৰি
উভতি চোৱা..ধূলিয়ৰি বাটে
ধূলি হৈ হৈ উৰিব জীৱনী।
অচিন আকাশৰ সিটো পাৰে
পলকেও ঠিকনা সলালে
মলিন ছবিৰে ৰংবোৰে
কিনো ৰং ক'তেনো সানিলে
আধা মৰা জোনে উচুপি কান্দে
এন্ধাৰৰ এলাগী বাটতে
সমুখৰ ৰ'দে তমসাকে চুলে
ঘড়ীটোৰ দীঘে-বাণিয়ে
উভতি চোৱা..ধূলিয়ৰি বাটে
ধূলি হৈ হৈ উৰিব জীৱনী
উজুটি খোৱা..উচুপনিবোৰে
ছবি হৈ হৈ ক'বহি কাহিনী।
বেলি উৰি উৰি ঢলি পৰে
আবেলি গধূলি পৰতে
উকি মাৰি মাৰি ৰে'ল চলে
উলটি কাহানিও নহাকে
ধোঁৱা ধোঁৱা হোৱা চকুলোৰে চিতা
জ্বলি ৰয় আউসীৰ জোনতে
হাতে হাতে ছহাত ছমুঠন হেঁপাহ
খৰমান গানৰে ৰাগতে
উভতি চোৱা..ধূলিয়ৰি বাটে
ধূলি হৈ হৈ উৰিব জীৱনী
উজুটি খোৱা..উচুপনিবোৰে
ছবি হৈ হৈ ক'বহি কাহিনী।
উভতি চোৱা | UBHOTI SUWA SONG LYRICS IN ENGLISH
Ubhoti suwa..dhuliyori bate
Dhuli hoi hoi uribo jibani
Ujuti khuwa..usuponi bore
Sabi hoi hoi kabohi kahini
Xamoyore xuti xotote xuhuri
xurungare xaroki xuwori
Ubhoti suwa..dhuliyori bate
Dhuli hoi hoi uribo jibani.
Asin akaxar xito pare
Palokeo thikona xalale
Molin sabire rang bore
Kino rang kotenu xanile
Adha mora june usupi kande
andharor alagi batote
Xamukhor rade tamokhake sule
Gharitur dighe baniye
Ubhoti suwa..dhuliyori bate
Dhuli hoi hoi uribo jibani
Ujuti khuwa..usuponi bore
Sabi hoi hoi kabohi kahini
Beli uri uri dholi pore
Abeli gadhuli porote
Uki mari mari rel sole
Uloti kahanio nohake
Dhuwa dhuwa howa sokulore sita
Joli roi aukhir jonote
Hate hate sohat samuthon hepah
Khorman ganore ragote
Ubhoti suwa..dhuliyori bate
Dhuli hoi hoi uribo jibani
Ujuti khuwa..usuponi bore
Sabi hoi hoi kabohi kahini.
3 Comments
https://lyricstock.in/
ReplyDeleteLearn How to Control Your Mind
ReplyDeleteGet Latest Assamese Song Lyrics and Download Link
ReplyDeleteCan give your opinion