Make a Lyrics Request / গানৰ কথাৰ বাবে আবেদন কৰক / Assamese Lyrics Library

 

আমি দুঃখিত !! বহু দিন ধৰি আমি আমাৰ ৱেবছাইটোত গানৰ কথা (Lyrics) উপলদ্ধ কৰিব পৰা নাই। কিন্তু এতিয়াৰ পৰা সকলো অসমীয়া গানৰ কথা (Lyrics) নিয়মীয়া ভাবে উপলব্ধ কৰিবলৈ চেষ্টা কৰিম।।

লগতে আমি আপোনালোকৰ সুবিধাৰ্থে  Make a Lyrics Request নামৰ Option এটা  আমাৰ Assamese Lyrics Library নামৰ ৱেবচাইটোত উপলব্ধ কৰিছো। তাত গৈ আপোনালোকে অতি সহজতে আপোনালোকৰ প্ৰয়োজনীয় আৰু  মন পছন্দ গানৰ কথা (Lyrics) টোৰ বাবে আবেদন (Request) কৰিব পাৰে।


assamese lyrics library

MAKE A LYRICS REQUEST / গানৰ কথাৰ বাবে আবেদন কৰক


আপোনাৰ প্ৰয়োজনীয় গানৰ কথা(Lyrics) সমূহ যদি আমাৰ ৱেবছাইটত বৰ্তমানলৈকে উপলব্ধ হোৱা নাই তেনেহলে গানসমূহ  উপলব্ধ কৰাবলৈ Lyrics Request ত আবেদন কৰিব পাৰে। আৰু যদি আপুনি আপোনাৰ গানৰ কথা (lyrics) টো আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেনেহলে গানৰ কথাটো (lyrics) আমালৈ প্ৰেৰণ কৰিব পাৰে।

 যিসকলৰ Lyrics Requeat ত গৈ গানৰ কথা( lyrics) ৰ বাবে আবেদন কৰিবলৈ অসুবিধাৰ সন্মূখীন হয় তেওঁলোকে এই পোষ্টৰ comment section তো আবেদন কৰিব পাৰে।

কিন্তু আমি Recommend কৰিম যে 

অনুগ্ৰহ কৰি Lyrics Request তে আৱেদন কৰক, যদিহে তাত অসুবিধা নহয় ।

ধন্যবাদ




Link :  Lyrics Request



HOME

NEW ASSAMESE SONG LYRICS

Post a Comment

1 Comments

  1. Singar Jitul sunuwal o mure dehajan lyrics tu lage khunkle diyokna

    ReplyDelete

Can give your opinion