Henguliya ~ (হেঙুলীয়া) Song Lyrics by Sannidhya Bhuyan / Buddha Jyoti Bezbaruah / Assamese Lyrics Library


নতুন অসমীয়া গান হেঙুলীয়া (Henguliya)। এইটো এটা ৰোমাণ্টিক অসমীয়া গান । হেঙুলীয়া গানটোত কণ্ঠ নিগৰাইছে যুৱ প্ৰজন্মৰ জনপ্রিয় কণ্ঠশিল্পী সান্নিধ্য ভূঞাই (Sannidhya Bhuyan) আৰু গানটোৰ কথা (Lyrics) লিখিছে বুদ্ধ জ্যোতি বেজবৰুৱাই (Buddha Jyoti Bezbaruah). হেঙুলীয়া গানটোৰ সঙ্গীত কৰিছে তৃভ য়ে (Triv). গানটোৰ আৰ্টঅৱৰ্ক আৰু ভিডিও কৰিছে অংশুমান দাসে (Angshuman Das) 
গানটোৰ alternative Artwork : ধৃতিমান শৰ্মা (Dhritiman sarmah) । গানটো মুক্তি লাভ কৰিছে ২০২১ বৰ্ষৰ ১৪ জুলাই তাৰিখে। (14 july 2021). 
 
 

হেঙুলীয়া / Henguliya  Lyrics in Assamese 

 

মিঠা সুৰেৰে ভৰা জীৱন এটি পাৰাপাৰবিহীন কবিতা অনুভূতিৰে আবৰা
ধূলি-ধোঁৱাৰে অঁকা হৃদয়ৰ ধৰণীলে পোহৰ নমোৱা সূৰ্যমুখী তুমি হোৱা ৰিণিকি ৰিণিকি কাষে চপা সুখৰে হেঙুলীয়া আকাশলে চোৱা বিলীন হোৱা সাৱতি সেউজীয়া ৰিণিকি ৰিণিকি কাষে চপা সুখৰে হেঙুলীয়া আকাশলে চোৱা বিলীন হোৱা সাৱতি সেউজীয়া হিয়াৰে এমুঠি বৰণীয়া ৰ'দৰে পখিলী ৰহনীয়া চুবলে এধানি মলয়া জুৰ বিচাৰো চিনাকী মনৰে সুৰ হৃদয়ৰ পদূলিতে ৰ'দৰ ফাকুৰে আঁকি যোৱা ৰামধেনু সাতোৰঙেৰে ৰঙচুৱা আবেলিৰ হেঙুল প্ৰভাৰে আদৰিবা জেউতী মনৰ জোনেৰে ৰিণিকি ৰিণিকি কাষে চপা সুখৰে হেঙুলীয়া আকাশলে চোৱা বিলীন হোৱা সাৱতি সেউজীয়া ৰিণিকি ৰিণিকি কাষে চপা সুখৰে হেঙুলীয়া আকাশলে চোৱা বিলীন হোৱা সাৱতি সেউজীয়া



হেঙুলীয়া / Henguliya Lyrics In English font




Mitha hurere bhora
Jiwon eti paraparbihin kobita
Anubhutire aabora

Dhuli dhuwaare okaa
Xridoyore dhoronile puhor nomuwaa
Xurjomukhi tumi huwa

Riniki riniki kaxe sopa
Xukhore henguliya
Aakakhole suwa bilin huwa
Haboti xeujiya

Riniki riniki kaxe sopa
Xukhore henguliya
Aakakhole suwa bilin huwa
Haboti xeujiya

Xiyaare emuthi boroniyaa
Rodore pokhili rohoniya
Subole edhaani moloyaa jur
Bisaru sinaki monore xur
Xridoyore podulite rodor phakure
Aaki juwa ramdhenu xaturongere
Rongosuwa aabelir hengul probhare
Aadoriba jeuti monor junere

Riniki riniki kaxe sopa
Xukhore henguliya
Aakakhole suwa bilin huwa
Haboti xeujiya

Riniki riniki kaxe sopa
Xukhore henguliya

Aakakhole suwa bilin huwa
Haboti xeujiya


Thanks for using our website for finding  হেঙুলীয়া | Henguliya Song Lyrics


মই আশা কৰিছোঁ আপোনালোকে হেঙুলীয়া ~Henguliya গানটো পঢ়ি ভাল পাব। যদি আপোনালোকে অন্য ধৰণৰ গানৰ কথা (Lyrics) পঢ়িব বিচাৰে তেনেহলে আমাৰ ৱেবচাইটৰ Home পেজলৈ গৈ আপুনি বিচৰা গানটো অনুসন্ধান (Search) কৰক । Our website : Assamese Lyricas Library

যদি গানটো পঢ়ি ভাল লাগিল তেনেহলে বন্ধু বৰ্গলৈ প্ৰেৰণ কৰক। 
ধন্যৱাদ।
 
 

Post a Comment

0 Comments