SILAA SONG LYRICS BY ZUBEEN GARG - চিলা - ASSAMESE SONG LYRICS | assamese Lyrics library

Assamese Song Lyrics চিলা ~ SILAA from Zubeen Garg, অসমীয়া ভাষাৰ এটি জনপ্রিয় গীত চিলা, জুবিন গাৰ্গৰ চিলা এলবাম এইটো এটি শীৰ্ষক গীত। এই গানটোত জুবিন গাৰ্গে নিজে কণ্ঠদান কৰিছে। জুবিন গাৰ্গ এজন অসম তথা ভাৰতৰ প্ৰসিদ্ধ কণ্ঠশিল্পী। তেখেতে বিভিন্ন ভাষাত কণ্ঠদান কৰিছে, যেনে ইংৰাজী, অসমীয়া, হিন্দী, বাংলা, কোচ ৰাজবংশী, আদি। latest song 'SILAA’ is an amazing song with Assamese lyrics. This song is sung by ZUBEEN GARG

Audio Credits:
Song - Silaa
Singer - Zubeen Garg
Lyrics & Music - Zubeen Garg
MUSIC LABEL - DHWANI RECORDS


চিলা | SILAA SONG LYRICS IN ASSAMESE


চিলা চিলা চিলা মই
তোৰ আকাশৰে 
উৰি উৰি ফুৰো মই
ডাৱৰে পোহৰে

চিলা চিলা চিলা মই
তোৰ আকাশৰে 
ঘূৰি ঘুৰি ফুৰো মই
মনৰ আশে পাশে

চিলনীৰ যাক উৰে
মইও তাকে খেদি যাও
সূতা কাটি গলেও
তোৰে ঘৰ পাওঁ

চিলা চিলা চিলা মই
তোৰ আকাশৰে 
উৰি উৰি ফুৰো মই
ডাৱৰে পোহৰে

চিলা চিলা চিলা মই
তোৰ আকাশৰে 
উৰি উৰি ফুৰো মই
মনৰ আশে পাশে

বৰষাৰে এই গুণ গুণ
ৰুণুক জুনুক সুমধুৰ
উৰিব নোৱাৰো বৰ কামোৰ

সদায় উৰিবলে মন যায়
আকাশ ভেদি ভেদি মোৰ
চিগি হলেও পৰিম  আচলতে তোৰ

চিলনীৰ যাক উৰে
মইও তাকে খেদি যাও
সূতা কাটি গলেও
তোৰে ঘৰ পাওঁ

চিলা চিলা চিলা মই
তোৰ আকাশৰে 
উৰি উৰি ফুৰো মই
মনৰ আশে পাশে

উখল মাখল মোৰ সপোন
হাতৰ পাকতে তোৰ
ঘুৰা ঘুৰা লেতা ঘূৰা মইয়ে দিম

নাচোনৰে মই পগলা
নাচোনৰে পখিলা
তালে তালে তোৰ ছন্দত মই নাচিম

চিলনীৰ যাক উৰে
মইও তাকে খেদি যাও
সূতা কাটি গলেও
তোৰে ঘৰ পাওঁ

চিলা চিলা চিলা মই
তোৰ আকাশৰে 
উৰি উৰি ফুৰো মই
ডাৱৰে পোহৰে


চিলা | SILAA SONG LYRICS IN ENGLISH


Silaa silaa silaa moi
Tor akaxore
Uri uri furo moi
Dawore pohore

Silaa silaa silaa moi
Tor akaxore
Ghuri ghuri furo moi
monor aakhe pakhe

Silonir  jak ure
moi o khedi jao
xuta kati gole o
ture ghar pao 

Silaa silaa silaa moi
Tor akaxore
Uri uri furo moi
Dawore pohore

Silaa silaa silaa moi
Tor akaxore
Ghuri ghuri furo moi
monor aakhe pakhe

Boroxare ai gun gun
Runuk Junuk xumodhur
Uribo nuwaro bor kamor

Xadai Uribole Mon Jai
Akakh Vedi Vedi Mor
Sigi Holeo Parim Aasolote Tor

Silonir Jak ure
Moi o Take khedi Jao
Xuta kati Goleo
Ture Ghor pao

Silaa silaa silaa moi
Tor akaxore
Ghuri ghuri furo moi
monor aakhe pakhe

Ukhol makhol mor xapun
Hator pakote tur
Ghura ghura Leta ghura moi a Dim

Nasonore moi pagol
Nasonore pokhila
Tale Tale tur sandot moi nasim

Silonir  jak ure
moi o khedi jao
xuta kati gole o
ture ghar pao 

Silaa silaa silaa moi
Tor akaxore
Uri uri furo moi
Dawore pohore


Thanks for using our website for finding  SILAA song lyrics. Best assamese Lyrics collection


Assamese lyrics library provided Assamese song lyrics in english & assamese font. 

Post a Comment

0 Comments