ও মোৰ জান এটি সুন্দৰ ৰোমাণ্টিক অসমীয়া ভাষাৰ গান। এই গানটোত কণ্ঠদান কৰিছে কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে ( rakeah Reeyan) ৰাকেশ ৰিয়ান playback কণ্ঠশিল্পী। ও মোৰ জান গানটো মুক্তি লাভ কৰিছে ২০২০ বৰ্ষৰ ১৫ ছেপ্টেম্বৰ তাৰিখে RAKESH REEYAN MUSICAL ইউটুব চেনেলটোত। গানটোৰ কথা (Lyrics) গণেশ গগৈৰ । সঙ্গীত আৰু মিশ্ৰণ কৰিছে প্ৰণয় দত্তই ।
Rakesh Reeyan is a playback singer of Assam. Now he is back again with another assamese song O Mure Jaan. the Assamese lyrics of O mure jaan songs Vocals are given by Rakesh Reeyan and Meghali Borokha.
Audio Credit of O mure jaan song
Vocals by Rakesh Reeyan & Meghali Borokha
Lyrics/Tune by Ganesh Gogoi
Music/Mix & Master by Pranoy Dutta
Backing Vocals by Pranoy Dutta
O Mure Jaan | অ মোৰে জান Song Lyrics in assamese
কিয় কৰা অভিমান
তোমালে মৰম সাগৰৰ সমান
অ মোৰে জান
বুজাবলে টান
তোমালে মৰম আকাশৰ সমান
শয়নে সপোনে
তোমাকেই দেখো
উশাহে নিশাহে
তুমিয়েই বুকুত
টুপনিতো লও তোমাৰ নাম
অ মোৰে জান
অ মোৰে জান
আঙুলিৰ ফাকতে আঙুলি থোৱানা
অভিমান সামৰি সাৱতি লোৱানা
আঙুলিৰ ফাকতে আঙুলি থোৱানা
অভিমান সামৰি সাৱতি লোৱানা
সুখে দুখে কাষত আজীৱন থাকিম
তোমাৰে হয় মাথো মই তোমাৰেই থাকিম
অ মোৰে জান নকৰিবা অভিমান
তোমালে মৰম সাগৰৰ সমান
আপোন বুলিবলে মাথো তুমিয়েই
ভয় লাগে গলে জানৈ দূৰলে
আশা ভৰশা ও জানা তুমিয়ে
জীয়াই আছো জানৈ মাথো তোমালে
মোৰ খং অভিমান তুমিয়ে তো জান
তোমাৰ মৰমবোৰ মোৰ স্বাভিমান
দূৰ নকৰিবা অ' মোৰে জান
অ মোৰে জান নকৰিবা অভিমান
তোমালে মৰম সাগৰৰ সমান
তোমালে মৰম আকাশৰ সমান
অ মোৰে জান | O Mure Jaan song Lyrics in English
O Mure Jaan
Kio Kora Abhiman
Tumale Morom Xagor or Xoman
Buja Bole Taan
Tumale Morom Akakh or Xoman
Angulir Fakot a Anguli Thuwana
Bhoi Laage Jaan Oi Gole Durole
0 Comments
Can give your opinion