BHALPOWA HOBO KHOJE song Lyrics | ভালপোৱা হ'ব খোজে | Subasana Dutta | New assamese song Lyrics

BHALPOWA HOBO KHOJE Song Lyrics | ভালপোৱা হ'ব খোজে |  Subasana Dutta | New assamese song Lyrics | Xonporuwa |

ভালপোৱা হ'ব খোজে এটি সুবাসনা দত্তৰ অসমীয়া জনপ্ৰিয় গান , এই গানটি সুবাসনা দত্তসোন পৰুৱা নামৰ এলবামটিৰ। সোন পৰুৱা এলবামটো সুবাসনা দত্তৰ প্ৰথম এলবাম । সুবাসনা দত্ত এজনী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। গানটোৰ সংগীত কৰিছে পলাশ গগৈয়ে , গানটোৰ কথা (Lyrics) সমীৰ শ্বেখৰৰ।


About :

Artist :Subasana Dutta (সুবাসনা দত্ত)

Album: Xonporuwa (সোনপৰুৱা)

Music Director: Palash Gogoi ( পলাশ গগৈ )

Tune: Sameer Shekhar (সমীৰ শ্বেখৰ)

Lyricist: Sameer Shekhar (সমীৰ শ্বেখৰ)

Composition: Sameer Shekhar (সমীৰ শ্বেখৰ)

Mixing & Mastering: Diganta Bordoloi ( দিগন্ত বৰদলৈ )


ভালপোৱা হব খোজে ~ BHALPOWA HOBO KHOJE Lyrics in Assamese


চকুলে চকু যায়
বুকুৱে উমান পায়
বিচাৰো কাষতে
ক'বলেও মন যায়

আশাৰে জোনাক হৈ আহিবানে
বুকুতে বুকু থৈ জিৰাবলে

অ..

চকুৱে চকুৱে কথা ক'লে

ভালপোৱা হ'ব খোজে

অ..

বুকুৱে বুকুৱে মানি ল'লে

ক'ব লগা জানো থাকে


চকুৱে চকুৱে কথা ক'লে

ভালপোৱা হ'ব খোজে

বুকুৱে বুকুৱে মানি ল'লে

ক'ব লগা জানো থাকে



অ'... 

বাঢ়িলে বাঢ়ি যাব দিয়া

নুবুজা নুবুজা ভাৱনা

বুকুতে গুপুতে থাকিব দিয়া


হা…

উমি উমি জ্বলিব হিয়া

মৰমো গলিব তেতিয়া

জানিবা বুজিবা মোকো তেতিয়া


অ'... 

লাহে লাহে আদৰি ল'বা

হেৰুৱা বুকুৰে ঠিকনা


আশাৰে জোনাক হৈ আহিবানে

বুকুতে বুকু থৈ জিৰাবলে


চকুৱে চকুৱে কথা ক'লে

ভালপোৱা হ'ব খোজে

বুকুৱে বুকুৱে মানি ল'লে

থাকিবানে কাষৰতে


চকুৱে চকুৱে কথা ক'লে

ভালপোৱা হ'ব খোজে

বুকুৱে বুকুৱে মানি ল'লে

থাকিবানে কাষৰতে



ভালপোৱা হব খোজে ~ BHALPOWA HOBO KHOJE Lyrics in English Font


Sokule soku jai

Bukuwe umaan pai

Bisaru kaxote

Koboleu mon jai


Aaxare junak hoi ahibane

Bukute buku thoi jirabole


Oo…Sokuwe sokuwe kotha kole

Bhalpuwa hobo khuje

Oo..Bukuwe bukuwe mani lole

Kobo loga janu thake


Sokuwe sokuwe kotha kole

Bhalpuwa hobo khuje

Bukuwe bukuwe mani lole

Kobo loga janu thake…


O… Barhile barhi jabo diya

Nubuja nubuja bhabona

Bukute gupute thakibo diya


Ha..Umi umi jolibo hiya

Moromu golibo tetiya

Janiba bujiba muku tetiya


O..lahe lahe aadori loba

Heruwa bukure thikona


Aaxare junak hoi ahibane

Bukute buku thoi jirabole


Sokuwe sokuwe kotha kole

Bhalpuwa hobo khuje

Bukuwe bukuwe mani lole

Thakibane kaxorote


Sokuwe sokuwe kotha kole

Bhalpuwa hobo khuje

Bukuwe bukuwe mani lole

Thakibane kaxorote…






THANKS FOR USING OUR WEBSITE FOR FINDING ভালপোৱা হ'ব খোজে | BHALPOWA HOBO KHOJE SONG LYRICS |

BEST ASSAMESE LYRICS COLLECTION



 আশা কৰোঁ আপোনালোকে আমাৰ এই পোষ্টটো ভাল পালে, অনুগ্ৰহ কৰি আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱী সকলোলৈ এই পোষ্টটো Share কৰি দিব। আৰু আপোনালোকে বিচৰা থকা অসমীয়া গানৰ কথা (Lyrics) সমূহ আমাৰ কমেণ্ট বক্সত (Comment Box) জনাবলৈ নাপাহৰিব।।


Thank you 🙏

Post a Comment

0 Comments