কৈ নিদিয়া কিয় ~ Koi Nidiya Kiyaw Assamese Song Lyrics | PAPON & SHREYA GHOSHAL | Assamese Lyrics Library

কৈ নিদিয়া কিয় এটি  ৰোমাণ্টিক অসমীয়া জনপ্ৰিয় গান। এই গানটো অসমৰ বড়ো, তিৱা, আৰু অসমীয়া এই তিনিটা ভাষাৰে প্ৰস্তুত কৰা হৈছে। কৈ নিদিয়া কিয় গানটোত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় তথা আগশাৰীৰ সঙ্গীতশিল্পী অংগৰাগ পাপন মহন্ত আৰু বলিউড জগতৰ বহু চৰ্চিত তথা জনপ্ৰিয় সঙ্গীতশিল্পী শ্রেয়া ঘোষালে

কৈ নিদিয়া কিয় গানটোত মিউজিক কৰিছে মানস হাজৰিকাই আৰু গানটোৰ কথা (Lyrics) কেশৱ নয়নৰ

কৈ নিদিয়া কিয় গানটোৰ লগত জড়িত সকলো তথ্য সমূহ তলত উল্লেখ কৰা হৈছে।।

কৈ নিদিয়া কিয় ~ Koi Nidiya Kiyaw Assamese Song Lyrics | PAPON & SHREYA GHOSHAL | Assamese Lyrics Library
About:

Koi nidiya kiyaw video talks about a love story between a Tiwa boy and a Bodo girl, because Assamese is the third language people use to talk to each other in the country. The video was filmed in Assam with the protagonists, as well as in Mumbai with Papon and Shreya contributing vocals.

Additional Info

Song: Koi Nidiya Kiyaw (কৈ নিদিয়া কিয়)

Singer: Shreya Ghoshal, Papon (শ্ৰেয়া ঘোষাল, পাপন)

Musician: Manash Hazarika (মানস হাজৰিকা)

Written by: Keshab Nayan (কেশৱ নয়ন)

Cast: Shreya Ghosal, Papon, Helina Daimary, Jay Saikia & Keshabnayan Adhikary


কৈ নিদিয়া কিয় ~ Koi Nidiya Kiyaw Lyrics In Assamese Font


আং নাগো কুমুন মানোং

মানে নো কি মানে নো কি


আং নাগো কুমুন মানোং

মানে নো কি মানে নো কি


আং নাগো কুমুন মানোং মানে

মই তোমাক ভাল পাও জানানে


ভাল লাগিছে যদি মনে খাইছে যদি

কৈ নো কৈ নিদিয়া কিয়

আং নাগো কুমুন মানোং 




উধোনিয়াকৈ খোপাত কৈ দিলো নেমাতিবা

ৰাতি ৰাতি টোপনি নাহে


ৰাতি টোপনি নাহিলে উজাগৰে থাকিলে

মৰম হেনো বেচিকৈ বাঢ়ে


ইচাতি বিচাতি এপৰলে ৰাতি

মই লিখিলো তোমাৰে নাম

আঙুলি মোৰ কাতি তুমি নজনাকে




আং নাআং মাজআং মাৱাং

মানে নো কি মানে নো কি


আং নাআং মাজআং মাৱাং

মানে নো কি মানে নো কি


আং নাআং মাজআং মাৱাং মানে

মই তোমাক ভাল পাও জানানে


ভাল লাগিছে যদি মনে খাইচে যদি

কৈ নো কৈ নিদিয়া কিয়


আং নাগো কুমুন মানোং


সাচি থলে মৰমবোৰে

বুকূতেও খুন্দা মাৰে 

কৈ দিয়া কৈ দিয়া না

কৈ দিব লাগে যদি

চেনেহৰে দি পানি

চকুতে মোৰ চাই লোৱা না




আং নাআং মাজআং মাৱাং

মানে নো কি মানে নো কি


আং নাআং মাজআং মাৱাং

মানে নো কি মানে নো কি


আং নাআং মাজআং মাৱাং মানে

মই তোমাক ভাল পাও জানানে


ভাল লাগিছে যদি মনে খাইছে যদি

কৈ নো কৈ নো নিদিয়া কিয়


আং নাগো কুমুন মানোং

আং নাআং মাজআং মাৱাং


আং নাগো কুমুন মানোং

আং নাআং মাজআং মাৱাং


কৈ নিদিয়া কিয় ~ Koi Nidiya Kiyaw Lyrics In English Font

 


 Aang nago kamun manong

Maane nu ki Maane nu ki


Aang nago kamun manong

Maane nu ki Maane nu ki



Aang nago kumun manong mane

Moi tumak vaal pao janane


Bhal laagise jodi mone khaise jodi

Koi nu koi nidiya kio

Aang nwngkou mwjang mwnw



Udhohuniyakoi khupat koi dilu nematiba

Raati raati tuponi naahe


Raati tuponi nahile ujagore thakile

Morom henu besikoi barhe


Esati bisaati eparole raati

Moi likhilu tumare naam 

Anguli mur kaati tumi nojonaake



Aang nwngkou mwjang mwnw

Maane nu ki mane nu ki


Aang nwngkou mwjang mwnw mane

Moi tumak bhal pao janane


Bhaal laagise jodi mone khaise jodi

Koi nu koi nidiya kio


Aang nwngkou kumun mwnw



Xaasi thole morombure

Bukuteo khunda maare

Koi diya koi diya na 


Koi dibo laage jodi

Senehare di pani 

Sokute mur sai luwa na 



Aang nwngkou mwjang mwnw

Maane nu ki mane nu ki


Aang nwngkou mwjang mwnw

Maane nu ki mane nu ki


Aang nwngkou mwjang mwnw mane

Moi tumak bhal pao janane


Bhaal lagise jodi mone khaise jodi

Koi nu koi nidiya kio


Aang nago kumun manonw

Aang nwngkou mwjang mwnw


Aang nago kumun manong

Aang nwngkou mwjang mwnw




THANKS FOR USING OUR WEBSITE FOR FINDING কৈ নিদিয়া কিয় | Koi Nidiya Kiyaw SONG LYRICS |

BEST ASSAMESE LYRICS COLLECTION




নমস্কাৰ বন্ধু বান্ধৱী সকল, আশা কৰোঁ আপোনালোকে আমাৰ এই পোষ্টটো ভাল পালে, অনুগ্ৰহ কৰি আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱী সকলোলৈ এই পোষ্টটো Share কৰি দিব। আৰু আপোনালোকে বিচৰা থকা অসমীয়া গানৰ কথা (Lyrics) সমূহ আমাৰ কমেণ্ট বক্সত (Comment Box) জনাবলৈ নাপাহৰিব।।


Post a Comment

0 Comments