তোমালৈ বৰষা ~ TUMALOI BORASHA SONG LYRICS IN ASSAMESE
মোৰ অনুৰোধ তোমালৈ বৰষা
তুমি অনুপম অনুৰাগ আশা
মোৰ অনুৰোধ তোমালৈ বৰষা
তুমি অনুপম অনুৰাগ আশা
আনিবা মোলৈ সুৰৰ সপোন
মৰমে উপচা বহু বেলা
কবাগৈ মোৰ প্ৰেয়সীক সেই
জিলমিল সন্ধিয়াৰ স্মৃতি ৰেখা
মোৰ অনুৰোধ তোমালৈ বৰষা
🎼🎼🎼
তুলি ললোঁ এই পত্ৰ প্ৰেয়সীৰ
হৃদয় সঁফুৰা খুলি
আকৌ এবাৰ তিতিব বিচাৰো
প্ৰণয় বিয়াকুল ৰাতি
তুলি ললোঁ এই পত্ৰ প্ৰেয়সীৰ
হৃদয় সঁফুৰা খুলি
আকৌ এবাৰ তিতিব বিচাৰো
প্ৰণয় বিয়াকুল ৰাতি
আনিবা মোলৈ সুৰৰ সপোন
মৰমে উপচা বহু বেলা
কবাগৈ মোৰ প্ৰেয়সীক সেই
জিলমিল সন্ধিয়াৰ স্মৃতি ৰেখা
মোৰ অনুৰোধ তোমালৈ বৰষা
🎼🎼🎼
আহিবা আকৌ সেই বাটেৰে
সজাবা সুৰৰ মেলা
অনুভৱ মোৰ তুমি অপৰূপা
প্ৰেৰণাৰ চিত্ৰলেখা
আহিবা আকৌ সেই বাটেৰে
সজাবা সুৰৰ মেলা
অনুভৱ মোৰ তুমি অপৰূপা
প্ৰেৰণাৰ চিত্ৰলেখা
আঁকিবা দুচকুত তাইৰে ছবি
সপোনত প্ৰতিটো মধুৰ নিশা
মোৰ অনুৰোধ তোমালৈ বৰষা
ও হো হো বৰষা, ও হো হো বৰষা,
ও হো হো বৰষা, ও হো হো বৰষা,
ও হো হো বৰষা, ও হো হো বৰষা,
ও হো হো বৰষা, ও হো হো বৰষা,
তোমালৈ বৰষা ~ TUMALOI BORASHA SONG LYRICS IN ENGLISH FONT
Mur anurudh tumaloi boroxa
Tumi anupom anuraag aaxha
Mur anurudh tumaloi boroxa
Tumi anupom anuraag aaxha
Aaniba muloi xuror xupan
Morome uposa bohu bela
Kobagoi mur preyokhik xei
Jilmil xondhiyar smriti rekha
Mur anurudh tumaloi boroxa
🎼🎼🎼
Tuli lolu ei potro preyokhir
Hridoy xofura khuli
Aakou ebaar titibo bisaru
Pronoy biyakul raati
Tuli lolu ei potro preyokhir
Hridoy xofura khuli
Aakou ebaar titibo bisaru
Pronoy biyakul raati
Aaniba muloi xuror xupan
Morome uposa bohu bela
Kobagoi mur preyokhik xei
Jilmil xondhiyar smriti rekha
Mur anurudh tumaloi boroxa
🎼🎼🎼
Aahiba akou xei baatere
Xojaba xuror mela
Anubhob mur tumi aporupa
Preronar chitrolekha
Aahiba akou xei baatere
Xojaba xuror mela
Anubhob mur tumi aporupa
Preronar chitrolekha
Aakiba dusokut taire sobi
Xopunot protitu modhur nixa
Mur anurudh tumaloi boroxa
O ho ho boroxa, o ho ho boroxa,
O ho ho boroxa, o ho ho boroxa,
O ho ho boroxa, o ho ho boroxa,
O ho ho boroxa, o ho ho boroxa
0 Comments
Can give your opinion