O Mure Jaan Lyrics by Rakesh Reeyan | অ মোৰে জান | New Assamese song Lyrics | Lyrics Library

 

ও মোৰ জান এটি সুন্দৰ ৰোমাণ্টিক অসমীয়া ভাষাৰ গান। এই গানটোত কণ্ঠদান কৰিছে কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে ( rakeah Reeyan) ৰাকেশ ৰিয়ান  playback কণ্ঠশিল্পী। ও মোৰ জান গানটো মুক্তি লাভ কৰিছে ২০২০ বৰ্ষৰ ১৫  ছেপ্টেম্বৰ তাৰিখে RAKESH REEYAN MUSICAL ইউটুব চেনেলটোত। গানটোৰ কথা (Lyrics) গণেশ গগৈৰ । সঙ্গীত আৰু মিশ্ৰণ কৰিছে প্ৰণয় দত্তই ।


Rakesh Reeyan is a  playback singer of Assam. Now he is back again with another assamese song O Mure Jaan. the Assamese lyrics of O mure jaan songs Vocals are given by Rakesh Reeyan and Meghali Borokha.

Audio Credit of O mure jaan song

Vocals by Rakesh Reeyan & Meghali Borokha

Lyrics/Tune by Ganesh Gogoi

Music/Mix & Master by Pranoy Dutta

Backing Vocals by Pranoy Dutta


O Mure Jaan | অ মোৰে জান Song  Lyrics in assamese


অ মোৰে জান

কিয় কৰা অভিমান

তোমালে মৰম সাগৰৰ সমান

অ মোৰে জান

বুজাবলে টান

তোমালে মৰম আকাশৰ সমান

শয়নে সপোনে

তোমাকেই দেখো

উশাহে নিশাহে

তুমিয়েই বুকুত

টুপনিতো লও তোমাৰ নাম

অ মোৰে জান

অ মোৰে জান


আঙুলিৰ ফাকতে আঙুলি থোৱানা

অভিমান সামৰি সাৱতি লোৱানা

আঙুলিৰ ফাকতে আঙুলি থোৱানা

অভিমান সামৰি সাৱতি লোৱানা

সুখে দুখে কাষত আজীৱন থাকিম

তোমাৰে হয় মাথো মই তোমাৰেই থাকিম

অ মোৰে জান নকৰিবা অভিমান

তোমালে মৰম সাগৰৰ সমান

 

আপোন বুলিবলে মাথো তুমিয়েই

ভয় লাগে গলে জানৈ দূৰলে

আশা ভৰশা ও জানা তুমিয়ে

জীয়াই আছো জানৈ মাথো তোমালে


মোৰ খং অভিমান তুমিয়ে তো জান

তোমাৰ মৰমবোৰ মোৰ স্বাভিমান

দূৰ নকৰিবা অমোৰে জান

অ মোৰে জান নকৰিবা অভিমান

তোমালে মৰম সাগৰৰ সমান

তোমালে মৰম আকাশৰ সমান



অ মোৰে জান | O Mure Jaan song Lyrics in English


O Mure Jaan

Kio Kora Abhiman

Tumale Morom Xagor or Xoman

O Mure Jaan

Buja Bole Taan

Tumale Morom Akakh or Xoman

Xoiyone Xopun a
Tumak a dekhu
Ukhahe Nikhahe

Tumi Aei Bukut
Tuponitu Lou Tumar Naam
O Mure Jaan
O Mure Jaan 


Angulir Fakot a Anguli Thuwana

Abhiman Xamori Xaboti Luwana
Angulir Fakot a  Anguli Thuwana
Abhiman Xamori Xaboti Luwana
Xukhe Dukhe Kakhot
Aajibon Thakim
Tumare Hoi Mathu Moi
Tumare Thakim 
O Mure Jaan Nokoriba Abhiman
Tumale Morom Xagoror Xoman

 
Apun Bulibole Mathu Tumi A

Bhoi Laage Jaan Oi Gole Durole

Akha-Bhorokha Jana Tumi A
Jiyai Asu Janoi Mathu Tumale

Mur Khong Abhiman Tumi A Tu Jaan
Tumar Morom Bur Mur Swabhiman
Dur Nokoriba O Mur A Jaan
O Mure Jaan Nokoriba Abhiman
Tumale Morom Xagoror Xoman
Tumale Morom Akakhor Xoman

 

Thanks for using our website for finding অ মোৰ জান | O More Jaan Song Lyrics. Best assamese lyrics collection

 
 



মই  আশা কৰোঁ যে আপোনালোকে গানটো কথা আৰু গানটোৰ লগত জড়িত তথ্য সমূহ পঢ়ি ভাল পাইছে। যদি আৰু আন কোনো ধৰণৰ গানৰ কথা পঢ়িব বিচাৰে তেনেহলে ৱেবচাইটৰ Home পেজলৈ নাইবা ৱেবচাইটো লৈ যাওক। আৰু তাত আপোনাৰ পছন্দৰ গানটো অনুসন্ধান কৰক। 

আমাৰ ৱেবচাইট : ASSAMESE LYRICS LIBRARY
 

Assamese lyrics library provided Assamese song lyrics in english & assamese font. You can browse different categories like – Assamese song lyrics And Hindi song Lyrics, Assamese song lyrics Zubeen Garg, Assamese song lyrics Neel Akash, Papon Assamese song lyrics, Old Assamese Lyrics, bihu song lyrics in Assamese assamese song lyrics 2020 and many more. 

Thank you

 

Post a Comment

0 Comments