Assamese Song Lyrics MOTOLIYA | মতলীয়া | Sannidhya Bhuyan x Aarxslan | Assamese Lyrics Library 2020

Motoliya is new song by Sannidha Bhuyan. Motoliya lyrics are written by Sannidhya Bhuyan himself. Music by Aarxslan

মতলীয়া | Motoliya lyrics in Assamese

মিঠা মিঠা কথাৰে মন উপচাই,
লাজুকী চাৱনিৰে বেথা পাহৰায়!
হৃদয়েৰে অহা-যোৱা কৰা সঘনাই...

মিঠা মিঠা কথাৰে মন উপচাই,
লাজুকী চাৱনিৰে বেথা পাহৰায়!
হৃদয়েৰে অহা-যোৱা কৰা সঘনাই

মোৰ হৃদয়ে আজি নাচিছে উলাহতে,
বিচাৰে তোমাক সদায় কাষৰতে!
                                                                   
মতলীয়া (motoliya) এই মন আজি তোমাতে মগন,
প্ৰতিদিন প্ৰতি নিশা ভাবে তোমাৰ কথাকে..!

ফাগুনৰ উতনুৱা এই পছোৱাই,
অজানিতে তোমাৰেই বাতৰি বিলায়!
ভাগৰুৱা হৃদয়ৰ দুখ পাহৰায়...

হৃদয় জুৰোৱা তোমাৰ এই দুনয়নে,
প্ৰণয়ৰ ৰঙ সানে গোপনে গোপনে!

দুটি প্ৰাণৰ মিলন
হ'ল মধুৰ লগণ!
মোৰ জীৱন জীপাল কৰে,
তোমাৰ আগমণে ।


Thanks for using our website for finding Motoliya lyrics


Post a Comment

0 Comments