New Assamese Lyrics Murchona | মূৰ্ছনা | Sannidhya Bhuyan | EDM 2020 | Assamese Lyrics Library

মূৰ্ছনা এটি অসমীয়া ভাষাৰ ৰোমান্টিক ই.দি.এম (EDM) গান। এই গানটোত কণ্ঠদান কৰিছে অসমৰ নতুনকৈ উঠি অহা শিল্পী সান্নিধ্য ভূঞাই। এই গানটোৰ লগত জড়িত সকলো তথ্য তলত উল্লেখ আছে। 
Murchuna is an Assamese song by Sannidhya Bhuyan. We are provinding you the Murchona Lyrics.

Additional Info :

Prod. by Tonmoy Krypton (তন্ময় ক্ৰীপ্টণ)
Vocals & Composition by Sannidhya Bhuyan (সান্নিধ্য ভূঞা)
Lyrics by Rajib Bhuyan (ৰাজীৱ ভূঞা)
Backing Vocals by Anangsha Kashyap
Recorded at SS Sound Studio
Mixed & Mastered at SS Sound Studio

Murchona lyrics In English


Haturong hona mur kolpona
huror nodi hagorole boi

Gai bondona tuli murchona
Jodiu bilombito loi

haturong hona mur kolpona
huror nodi hagorole boi

Gai bondona tuli murchona
Jodiu bilombito loi

Nihhar endhare jodiu aabore puwar huruj punor ahibo
Nobosetonare jyoti prokakhere
Aandhar akash puhor koribo

Setonar jyoti
Setonar jyoti

Mur shristo hure ohur nakhibo
Prante prante hei hur bajibo
Mur shristo hure ohur nakhibo
Prante prante hei hur bajibo

Murchona x4

Monore bhabona hoi jyotikona
hurjomukhir hote hur homoloi

Pahori bedona monuronjona
Jyotir proyakhi

Monore bhabona hoi jyotikona
hurjomukhir hote hur homoloi

Pahori bedona monuronjona
Jyotir proyakhi porisoy


Nihhar endhare jodiu aabore puwar huruj punor ahibo
Nobosetonare jyoti prokakhere
Aandhar akash puhor koribo

Setonar jyoti
Setonar jyoti

Mur shristo hure ohur nakhibo
Prante prante hei hur bajibo
Mur shristo hure ohur nakhibo
Prante prante hei hur bajibo


Murchona x4

মূৰ্ছনা | Murchona Lyrics in Assamese


সাতোঁ ৰং সনা
মোৰে কল্পনা

সুৰৰে নদী সাগৰলৈ বয়

গায় বন্দনা
তুমি মূৰ্ছনা

যদিও বিলম্বিত লয়

সাতোঁ ৰং সনা
মোৰে কল্পনা

সুৰৰে নদী সাগৰলৈ বয়

গায় বন্দনা
তুমি মূৰ্ছনা

যদিও বিলম্বিত লয়

নিশাৰ এন্ধাৰে যদিও আৱৰে
পোৱাৰ সুৰুজ পুনৰ আহিব

নৱ চেতনাৰে জ্যোতি প্ৰকাশৰে
আন্ধাৰ আকাশ পোহৰ কৰিব

চেতনাৰ জ্যোতি
চেতনাৰ জ্যোতি

মোৰ সৃষ্ট সুৰে অসুৰ নাশিব
প্রান্তে প্রান্তে সেই সুৰ বাজিব

মোৰ সৃষ্ট সুৰে অসুৰ নাশিব
প্রান্তে প্রান্তে সেই সুৰ বাজিব

মূৰ্ছনা..........মূৰ্ছনা

মনেৰে ভাৱনা হয় জ্যোতি কণা
সূৰ্যমুখীৰ সতে সুৰ সমলয়

পাহৰি বেদনা মনোৰঞ্জনা
জ্যোতিৰ প্ৰয়াসী পৰিচয়

মনেৰে ভাৱনা হয় জ্যোতি কণা
সূৰ্যমুখীৰ সতে সুৰ সমল

পাহৰি বেদনা মনোৰঞ্জনা
জ্যোতিৰ প্ৰয়াসী পৰিচয়

নিশাৰ এন্ধাৰে যদিও আৱৰে
পোৱাৰ সুৰুজ পুনৰ আহিব

নৱ চেতনাৰে জ্যোতি প্ৰকাশৰে
আন্ধাৰ আকাশ পোহৰ কৰিব

চেতনাৰ জ্যোতি
চেতনাৰ জ্যোতি

মোৰ সৃষ্ট সুৰে অসুৰ নাশিব
প্রান্তে প্রান্তে সেই সুৰ বাজিব

মোৰ সৃষ্ট সুৰে অসুৰ নাশিব
প্রান্তে প্রান্তে সেই সুৰ বাজিব

মূৰ্ছনা..........মূৰ্ছনা

Thanks for using our website for finding Murchona lyrics




আশা কৰো গানটোৰ কথা (Lyrics) টো পঢ়ি ভাল পালে। আগলৈ এনেকুৱা ধৰণৰ গানৰ কথা সমূহ পঢ়িবলৈ আমাৰ ৱেবচাইটো Visit কৰিব। 
ধন্যবাদ।

ASSAMESE LYRICS LIBRARY

আপোনাৰ মন পছন্দ গানৰ কথাৰ সৈতে আমাৰ লগত জড়িত হৈ থাকক।।

Post a Comment

0 Comments