Tumaloi Barasha Lyrics | তোমালৈ বৰষা | Shankuraj Konwar | Pankaj Saikia | new assamese song Lyrics

Tumaloi Barasha Song Lyrics (তোমালৈ বৰষা) Shankuraj Konwar | Pankaj Saikia | new song Lyrics

তোমালৈ বৰষা এটি অসমীয়া জনপ্ৰিয় গান, এই গানটোত কণ্ঠ নিগৰাইছে অসমৰ প্ৰসিদ্ধ তথা জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰেতোমালৈ বৰষা নামৰ এই গানটিত সঙ্গীত কৰিছে মানস জ্যোতি বৰাই । গানটো লিখিছে পংকজ শইকীয়াই। এই গানটোই মুক্তি লাভ কৰিছে LOTUS WORLD CREATION নামৰ ইউটিউব চেনেলটোত।

AUDIO CREDITS : 

Song: Tumaloi Barasha (তোমালৈ বৰষা)
Vocals: Shankuraj Konwar (শংকুৰাজ কোঁৱৰ)
Music by : Manash Jyoti Borah (মানস জ্যোতি বৰা)
Lyrics by : Pankaj Saikia (পংকজ শইকীয়া)
Label(©): Lotus World Creation


তোমালৈ বৰষা ~ TUMALOI BORASHA SONG LYRICS IN ASSAMESE


মোৰ অনুৰোধ তোমালৈ বৰষা

তুমি অনুপম অনুৰাগ আশা

মোৰ অনুৰোধ তোমালৈ বৰষা

তুমি অনুপম অনুৰাগ আশা


আনিবা মোলৈ সুৰৰ সপোন

মৰমে উপচা বহু বেলা

কবাগৈ মোৰ প্ৰেয়সীক সেই

জিলমিল সন্ধিয়াৰ স্মৃতি ৰেখা

মোৰ অনুৰোধ তোমালৈ বৰষা


🎼🎼🎼


তুলি ললোঁ এই পত্ৰ প্ৰেয়সীৰ

হৃদয় সঁফুৰা খুলি

আকৌ এবাৰ তিতিব বিচাৰো

প্ৰণয় বিয়াকুল ৰাতি


তুলি ললোঁ এই পত্ৰ প্ৰেয়সীৰ

হৃদয় সঁফুৰা খুলি

আকৌ এবাৰ তিতিব বিচাৰো

প্ৰণয় বিয়াকুল ৰাতি


আনিবা মোলৈ সুৰৰ সপোন

মৰমে উপচা বহু বেলা

কবাগৈ মোৰ প্ৰেয়সীক সেই

জিলমিল সন্ধিয়াৰ স্মৃতি ৰেখা

মোৰ অনুৰোধ তোমালৈ বৰষা


🎼🎼🎼


আহিবা আকৌ সেই বাটেৰে

সজাবা সুৰৰ মেলা

অনুভৱ মোৰ তুমি অপৰূপা

প্ৰেৰণাৰ চিত্ৰলেখা


আহিবা আকৌ সেই বাটেৰে

সজাবা সুৰৰ মেলা

অনুভৱ মোৰ তুমি অপৰূপা

প্ৰেৰণাৰ চিত্ৰলেখা


আঁকিবা দুচকুত তাইৰে ছবি

সপোনত প্ৰতিটো মধুৰ নিশা

মোৰ অনুৰোধ তোমালৈ বৰষা


ও হো হো বৰষা, ও হো হো বৰষা,

ও হো হো বৰষা, ও হো হো বৰষা,

ও হো হো বৰষা, ও হো হো বৰষা,

ও হো হো বৰষা, ও হো হো বৰষা,




তোমালৈ বৰষা ~ TUMALOI BORASHA SONG LYRICS IN ENGLISH FONT


Mur anurudh tumaloi boroxa

Tumi anupom anuraag aaxha

Mur anurudh tumaloi boroxa

Tumi anupom anuraag aaxha


Aaniba muloi xuror xupan

Morome uposa bohu bela

Kobagoi mur preyokhik xei

Jilmil xondhiyar smriti rekha

Mur anurudh tumaloi boroxa


🎼🎼🎼


Tuli lolu ei potro preyokhir

Hridoy xofura khuli

Aakou ebaar titibo bisaru

Pronoy biyakul raati


Tuli lolu ei potro preyokhir

Hridoy xofura khuli

Aakou ebaar titibo bisaru

Pronoy biyakul raati


Aaniba muloi xuror xupan

Morome uposa bohu bela

Kobagoi mur preyokhik xei

Jilmil xondhiyar smriti rekha

Mur anurudh tumaloi boroxa


🎼🎼🎼


Aahiba akou xei baatere

Xojaba xuror mela

Anubhob mur tumi aporupa

Preronar chitrolekha


Aahiba akou xei baatere

Xojaba xuror mela

Anubhob mur tumi aporupa

Preronar chitrolekha



Aakiba dusokut taire sobi

Xopunot protitu modhur nixa

Mur anurudh tumaloi boroxa


O ho ho boroxa, o ho ho boroxa,

O ho ho boroxa, o ho ho boroxa,

O ho ho boroxa, o ho ho boroxa,

O ho ho boroxa, o ho ho boroxa




THANKS FOR USING OUR WEBSITE FOR FINDING তোমালৈ বৰষা ~ TUMALOI BORASHA SONG LYRICS

Read your favorite Lyrics.





আশা কৰো সকলোৱে আমাৰ এই পোষ্টটো ভাল পালে,, যদি কিবা ভুল হৈছে তাৰ বাবে আমি ক্ষমা বিচাৰিছো, আপোনালোকৰ কিবা জনাবলৈ থাকিলে আমাক কমেণ্ট বক্সত জনাব পাৰে।

ধন্যবাদ 🙏
 




Post a Comment

0 Comments