চেৰেংকৈ | Sereng koi Lyrics In Assamese | Papori Gogoi | Raag Parag | Assamese Song Lyrics | Assamese Lyrics Library

চেৰেংকৈ | Sereng koi Assamese Song Sung by Papori Gogoi .

চেৰেংকৈ এটি অসমীয়া ভাষাৰ জনপ্ৰিয় গীত। এই গীতটিত কণ্ঠদান কৰিছে নৱপ্ৰজন্মৰ অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈয়ে। চেৰেংকৈ গানটোৰ কথা আৰু সুৰ (Lyrics and tune) ৰাগ পৰাগৰ। গানটোৰ সঙ্গীত কৰিছে পুলক নাথে
এই গানটো TARKIK BORAH ইউটিউব চেনেলত উপলব্ধ হৈছে। চেৰেংকৈ গানটোত অভিনয় কৰিছে চুমী আৰু শুভ্ৰনীলে

Lyrics are Available on Assamese Lyrics Library


চেৰেংকৈ | Sereng Koi 
Song Info:

Singer: Papori Gogoi
Music: Pulak Nath
Lyrics: Raag Parag 
Mix & Mastered : Palash Gogoi
Video Director: Apuraj Gogoi
Cast: Sumi & Subhranil

চেৰেংকৈ | Sereng Koi Lyrics In Assamese Font


চেৰেংকৈ লাগিলে বুকুতে জুই

চাগে তই আছিলি কলিজাতে শুই


চেৰেংকৈ লাগিলে বুকুতে জুই

চাগে তই আছিলি কলিজাতে শুই

ৰৈ ৰৈ ৰৈ তোলৈ চাওঁ

ৰৈ ৰৈ ৰৈ তোলৈ চাওঁ


চেৰেংকৈ লাগিলে বুকুতে জুই

চাগে তই আছিলি কলিজাতে শুই


মৰম লগা লুপথুপিয়া তোৰ

গাল খনি মোহাৰি চাওঁ

তোৰে বুকুতেনো কিমান মৰম

তাতে মই ডুবি যাওঁ


ও মৰম লগা লুপথুপিয়া তোৰ

গাল খনি মোহাৰি চাওঁ

তোৰে বুকুতেনো কিমান মৰম

তাতে মই ডুবি যাওঁ


অজলা মনে গুমুথা মাৰে

একো ভাবি নাপাও

ৰৈ ৰৈ ৰৈ তোলৈ চাওঁ

ৰৈ ৰৈ ৰৈ তোলৈ চাওঁ

চেৰেংকৈ লাগিলে বুকুতে জুই


ও মোৰে বুকুতে তই 

সাজিলি প্ৰেমৰে ঘৰ

মৰমে তাতে উকি মাৰি গৈ

মৰমে তাতে উকি মাৰি গৈ


ও মোৰে হিয়াতে তই 

বোৱালী পীড়িতৰ নৈ

তাতেনো খেলিব মৰমবোৰ পানচৈ হৈ

তাতেনো খেলিব মৰমবোৰ পানচৈ হৈ

ৰৈ ৰৈ ৰৈ তোলৈ চাওঁ

ৰৈ ৰৈ ৰৈ তোলৈ চাওঁ

চেৰেংকৈ লাগিলে বুকুতে জুই



চেৰেংকৈ | Sereng Koi Lyrics In English


Sereng koi lagile bukute jui

Sage toi aasili kolijate xui


Sereng koi lagile bukute jui

Sage toi aasili kolijate xui

Roi roi roi tuloi sau

Roi roi roi tuloi sau


Sereng koi lagile bukute jui

Sage toi aasili kolijate xui



Morom loga lopthopiya tur

Gaal khoni muhari sau

Ture bukutenu kiman morom

Tate moi doobi jau


 

Oo morom loga lopthopiya tur

Gaal khoni muhari sau

Ture bukutenu kiman morom

Tate moi doobi jau


Ojola mone gumutha mare

Eku bhabi napau

Roi roi roi tuloi sau

Roi roi roi tuloi sau

Sereng koi lagile bukute jui



O mure bukute toi

Hajili premore ghor

Morome tate uki mare goi

Morome tate uki mare goi



O mure hiyaate toi

Buwali piritir noi

Tatenu khelibo morom bur panchoi hoi

Tatenu khelibo morom bur panchoi hoi

Roi roi roi roi tuloi sau

Roi roi roi tuloi sau

Sereng koi lagile bukute jui

Sage toi asili kolijate xui





THANKS FOR USING OUR WEBSITE FOR FINDING চেৰেংকৈ | SERENG KOI SONG LYRICS |

BEST ASSAMESE LYRICS COLLECTION

Post a Comment

0 Comments