New Assamese Song Lyrics~Prohelika |প্ৰহেলিকা | Neel Akash | Assamese Lyrics Library 2020

প্ৰহেলিকা এটা নতুন অসমীয়া গান। প্ৰহেলিকা গানটোত কণ্ঠদান কৰিছে অসমৰ জনপ্রিয় কণ্ঠশিল্পী নীল আকাশে। নীল আকাশ এজন যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী, তেখেতে বহু জনপ্ৰিয় এলবামত কণ্ঠদান কৰিছে। প্ৰহেলিকা  2020 চনৰ 2 জুলাই তাৰিখে মুক্তি লাভ কৰা নীল আকাশৰ এটি জনপ্ৰিয় গীত, গীতটোৰ কথা সুশান্ত মনৰ।  গীতৰ তথ্য সমূহ তলত উল্লেখ কৰা হল।

 new assamese song Prohelika sing by Neel Akash Das.

Prohelika song Info

Singer - Neel Akash

Lyrics - Sushanta Mon

Music Composed and Produced by - Trion Mahanta

Penned by - Sushanta Mon

Flute - Anjan Medhi

Guitars - Trion Mahanta

Recorded at - Studio RED AV by Pinku Das

Mixed and Mastered by - Ibson Lal Baruah



Prohelika (প্রহেলিকা) lyrics in Assamese


প'লে প'লে
খোজে খোজে
কি আলৰণ প্ৰেমৰে
প্ৰাণে প্ৰাণে
উকা উকা মনে দুহাৰে
বিচাৰি সঁচা আহে জোৱাৰ
বিচাৰি মিছা
পাই তোমাক
প্ৰহেলিকা
তোমাৰ মন
তোক সুখী হৈ দিলাহি
দুখতে সুখে ভাবি
আঁতৰি গলা গৈ কিহৰে
মায়া দি
এতিয়া কিহঁতে সামৰি মৰম বোৰ
তোমাৰ এ
মৰম'ত
বিচাৰি সঁচা আহে জোৱাৰ
বিচাৰি মিছা
পাই তোমাক
প্ৰহেলিকা
তোমাৰ মন
প'লে প'লে
খোজে খোজে
কি আলৰণ প্ৰেমৰে
প্ৰাণে প্ৰাণে
উকা উকা মনে দুহাৰে


Prohelika (প্রহেলিকা) lyrics in english


Pole pole
Khuje khuje
Ki aloron premore 
Prane  Prane
Uka uka mone duhare
Bisari xosa ahe juwar
Bisari misa
Pai tumak 
Prohelika
Tumar mon 
Tuk  xukhi hoi dilahi
Dukhote xukhe bhabi
Atore gola go kihore
Maya di
Etya kihote xamoru morom bur
Tumar a
Morom ot
Bisari xosa ahe juwar
Bisari misa paoi tumak 
Prohelika
Tumar mon 
Pole pole
Khuje khuje
Ki aluron premore
Prane prane
Uka uka mone duhare



Post a Comment

0 Comments