Assamese Song Lyrics ~Bauli Mur Priya | PAPON | Rajdweep | Assamese Theater Song Lyrics | Assamese Lyrics Library

বাউলি মোৰ প্ৰিয়া এটি অসমীয়া জনপ্ৰিয় গান। এই গানটো ৰাজমুকুট থিয়েটাৰৰ 2018- 19 বৰ্ষৰ এটি ৰোমান্টিক গান। এই গানটোত কণ্ঠ নিগৰাইছে অসম তথা ভাৰতবৰ্ষৰ প্ৰসিদ্ধ কণ্ঠশিল্পী পাপনে ( অংগৰাগ পাপন মহন্ত) । বাউলি মোৰ প্ৰিয়া গানটোৰ কথা (Lyrics) লিখিছে ৰাজদ্বীপে। 

Bauli Mur Priya - Assamese Song Lyrics from Rajmukut Theater. latest song ‘Bauli Mur Priya’ is an amazing song with Romantic Assamese lyrics. This song is sung by Papon. mix and mastered by Girish Saikia. The lyrics of Bauli Mur Priya are written by Rajdweep. We have collected Bauli Mur Priya lyrics which are given below.


বাউলি মোৰে প্ৰিয়া Lyrics In Assamese


জোনাকী জোনাকী বাটেৰে,
চিনাকী চিনাকী খোজেৰে।
জোনাকী জোনাকী বাটেৰে,
চিনাকী চিনাকী খোজেৰে।

তুমি নামি আহা মোৰ আকাশলে,
সপোন সিচি দিয়া।
তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন,
তুমি জানো বুজা?
বাউলি... মোৰে প্ৰিয়া
বাউলি... মোৰে প্ৰিয়া
বুকুতে মোৰ, তুমি ৰোৱা
বাউলি... মোৰে প্ৰিয়া।

কি বুলি কম, তাকে ভাবি নোকোৱাকে ৰ'ম।
মৌন ভৰি ৰ'ম, বাৰে বাৰে সামৰি থম।
বলিয়া মৰমে কিয় নুবুজে,
শিকলি ছিঙি যায়?
গাৱেঁ গাৱেঁ বাগৰিছে
আমাৰ প্ৰেমৰ কথা,
তোমাক হে ক'ব পৰা নাই,
সেয়ে বুকুত বেথা।

তুমি নামি আহা মোৰ আকাশলে,
সপোন সিচি দিয়া।
তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন,
তুমি জানো বুজা?
বাউলি... মোৰে প্ৰিয়া।
বুকুতে মোৰ, তুমি ৰোৱা
অ' বাউলি... মোৰে প্ৰিয়া।

এটি সপোন, তুমি হ'বা মোৰে আপোন।
তোমাৰ বাদে, হিয়াতে থাকিবনো কোন?
সপোনৰ গাড়ীখন চেকুঁৰে প্ৰতিখন,
মৰমৰে বাটত।
গাৱেঁ গাৱেঁ বাগৰিছে
আমাৰ প্ৰেমৰ কথা,
তোমাক হে ক'ব পৰা নাই,
সেয়ে বুকুত বেথা।

তুমি নামি আহা মোৰ আকাশলে,
সপোন সিচি দিয়া।
তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন,
তুমি জানো বুজা?
বাউলি... মোৰে প্ৰিয়া
বাউলি... মোৰে প্ৰিয়া
বুকুতে মোৰ তুমি ৰোৱা
অ' বাউলি... মোৰে প্ৰিয়া।

Bauli Mure Priya Lyrics In English


Junaki junaki batere
Cinaki cinaki khujere
Junaki junaki batere
Cinaki cinaki khujere

Tumi nami aaha mur aakakhole
Xopun xisi diya
Tumi bin mur din lage ortho bihin
Tumi janu buja
Bauli mure priya
Bauli mure priya
Bukute mur tumi ruwa
O Bauli mure priya..

Ki buli kow take vabi nukuake row
Mon vori rong bare bare xamori thow
Boliya moromore niyom nubuje
Xikoli sigi jaai
Gaowe gaowe bagorise
Aamar premor kotha
Tumak he kobo pora nai
Heye bukut betha

Tumi nami aaha mur aakakhole
Xopun xisi diya
Tumi bin mur din lage ortho bihin
Tumi janu buja
Bauli mure priya
Bauli mure priya
Bukute mur tumi ruwa
O Bauli mure priya..

Eti xopun tumi hoba mure apun
Tumar bade hiyate thakibonu kun
Xopunor garikhon sekure proti khyon
Moromore batot
Gaowe gaowe bagorise
Aamar premor kotha
Tumak he kobo pora nai
Heye bukut betha

Tumi nami aaha mur aakakhole
Xopun xisi diya
Tumi bin mur din lage ortho bihin
Tumi janu buja
Bauli mure priya
Bauli mure priya
Bukute mur tumi ruwa
O Bauli mure priya..

Thanks for using our website for finding Bauli mure priya song lyrics. Best assamese lyrics collection

আশা কৰোঁ বাউলি মোৰ প্ৰিয়া গানটোৰ কথা (Lyrics) টো পঢ়ি ভাল পালে।। 



আপোনাৰ মন পছন্দৰ গানৰ কথা (Lyrics) সমূহ পঢ়িবলৈ আমাৰ ৱেবচাইট visit কৰক। 

ASSAMESE LYRICS LIBRARY

ধন্যবাদ

Post a Comment

0 Comments