Rong diya morom ~ ৰং দিয়া মৰম ~Assamese song Lyrics | Zubeen garg | Shreya Ghosal | Lyrics library


ৰং দিয়া মৰম (Rong Diya morom) এটি জনপ্রিয় অসমীয়া ভাষাৰ চুপাৰ হিট গান। এই গানটো অসমীয়া জনপ্রিয় ছবি ৰামধেনু ৰ এটি গান। এই গানটোত কণ্ঠদান কৰিছে অসম তথা ভাৰতবৰ্ষৰ প্ৰসিদ্ধ দুজন কণ্ঠশিল্পী জুবিন গাৰ্গ (Zubeen garg) আৰু শ্ৰেয়া ঘোষাল (Shreya Ghoshal ) য়ে । ৰামধেনু ছবিখনে মুক্তি লাভ কৰে 4 ফেব্ৰুৱাৰী 2011 চনত । ছবি খনত সঙ্গীত ব্যৱস্থাপনা কৰে যতীন শৰ্মাই। 


ৰং দিয়া মৰম (Rong Diya Morom) Song lyrics in Assamese Font
              

ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
ৰং জীৱনৰে সুখ-দুখৰে সজাওঁ ৰামধেনু
এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক বুলাব জানো ?


 ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু

খোজ দিয়া ... খোজে খোজে ৰওঁ ছায়া হৈ
বাটৰে লগ ল’লোঁ থাকিম শেষলৈ

সৰু ঘৰখনি হ’ব শুৱনি
তোমাৰে মোৰে মিলনৰে
ওঁঠৰে পাহিত এধানি হাঁহিৰ
নোহোৱা হ’ব যে বেদনা যে
লোৱা সাৱটি মোক বুকুতে ...
নেলাগে নিলিখোঁ কাহিনী
আধা মই আধা তুমি
প্ৰণয়ৰে এখিলা পাততে
আছোঁতো দুয়ো আমি ।

ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু

 
জিলিকিছে এই জানা তিৰবিৰ তিৰবিৰ পোহৰ জীৱনৰ
তৰা হেঁপাহৰ জোন তুমি সোণ জোনাক জোনৰ জোনাক জোন জোনাক জোনৰ...

 
অ’ দুনয়নৰে এটোপাল পানী
উটি যাব যেন হেঁপাহ মোৰ
সাতো ৰঙেৰে তিৰবিৰ ৰঙে
ৰঙাব খোজোঁ হিয়া তোমাৰ
লোৱা দুবাহুৰে তোমাৰ আধাত
আঁজলী আঁজলী মোৰ আৱেগৰ
অময়া অময়া মোৰ মৰম
জিলমিলীয়া যৌৱনতো
তোমাকে ৰাখোঁ ।

ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু
ৰং জীৱনৰে সুখ-দুখৰে সজাওঁ ৰামধেনু
এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক বুলাব জানো ?
ৰং দিয়া মৰম ৰং ভালপোৱা সজাওঁ ৰামধেনু।।



Rong Diya morom (ৰং দিয়া মৰম) Song Lyrics In English Font


Rang Diya Morom Rang Bhal Pua Hojau Ramdhenu
Rang Diya Morom Rang Bhal Pua Hojau Ramdhenu
Rang Jibonore Hukh Dukhore Hojau Ramdhenu
Ebuku Moromor Bahire, Mur Bulibole Ase Kinu
Mitha Mitha Hapune Dithokok, Bolabo Janu


Rang Diya Morom Rang Bhal Pua Hojau Ramdhenu


Khuj Diya Khuje Khuje Rom Saya Hoi
Batore Log Lolu Thakim Hekholoi


Horu Ghar Khoni Hobo Huwoni
Tumare Mure Milonore..
Uthore Pahit Edhani Hahit
Nuhua Hobo Bedona Je…
Lua Haboti Muk Bukute
Nelage Nilikhu Kaahini
Adha Moi Adha Tumi..
Pronayare Ekhila Paatote
Asu Duiu Ami..


Rang Diya Morom Rang Bhal Pua Hojau Ramdhenu


Jilikise Hi Jana Tirbir Tirbir Puhor Jur Monor
Tora Hepahor Jot Tumi Xun Junak Junor


Dunayanore Etupal Panit
Uti Jabo Jen Hepah Mur
Hatu Rongore Tir Bir Range
Rangabo Khuju Hiya Tumar
Lua Dubahure Maladhar
Ajoli Ajoli Mur Abegot
Amoya Amoya Mur Monot
Jilmiliya Joubanotu
Tumakei Rakhu


Rang Diya Morom Rang Bhal Pua Hojau Ramdhenu
Rang Jibonore Hukh Dukhore Hojau Ramdhenu
Ebuku Moromor Bahire, Mur Bulibole Ase Kinu
Mitha Mitha Hapune Dithokok, Bolabo Janu
Rang Diya Morom Rang Bhal Pua Hojau Ramdhenu



Thank you for reading 

Post a Comment

0 Comments