অ' চেনীমাই এটি অসমীয়া ভাষাৰ জনপ্ৰিয় গান । এই গানটো 2016 বৰ্ষৰ 17 মাৰ্চ তাৰিখে টাইমচ মিউজিক YouTube চেনেলত প্ৰকাশ কৰা হয়। বৰ্তমান এই গানটো 1,55,39,222 (এক কোটি, পচপন্ন লাখ, উনচল্লিশ হাজাৰ, দুশ বাইশ) গৰাকী শ্রোতাই দৃষ্টিপাত কৰিছে। আৰু গানটোত লাইকৰ সংখ্যা আছে 56,000 (ছাপ্পন্ন হাজাৰ) অ' চেনীমাই গানটো বাবু বৰুৱা 'ৰ অ' চেনীমাই এলবামৰ প্ৰথম গান । এই গানটোত কণ্ঠ নিগৰাইছে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী বাবু বৰুৱাই। গানটোৰ কথা চন্দন কাকতিৰ। গানটোৰ মিউজিক কৰিছে শেষৰ জ্যোতি গোস্বামীয়ে।
গানৰ তথ্য ::
কণ্ঠশিল্পী (Singer) : Babu Baruah
সুৰকাৰ (Composer) : Chandan kakati
কথা (Lyricist) : Chandan kakati
সঙ্গীত ব্যৱস্থাপনা (Music arrangement) : Shekhar jyoti goswami
Producer : babu baruah
Music label : Times Music
0 Comments
Can give your opinion